২০ নৱেম্বৰৰ পৰা কোভিড-১৯ নিষেধাজ্ঞা বাতিল কৰিব উত্তৰাখণ্ডে

Pc Zee News

২০ নৱেম্বৰৰ পৰা কোভিড-১৯ নিষেধাজ্ঞা বাতিল কৰিব উত্তৰাখণ্ডে

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (ইউএছডিএমএ) মতে, উত্তৰাখণ্ডত কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আৰোপ কৰা ৰাজ্যব্যাপী নিষেধাজ্ঞা ২০ নৱেম্বৰৰ পৰা বাতিল কৰা হ’ব। “ৰাজহুৱা স্থান, কৰ্মস্থান আৰু ৰাজহুৱা পৰিবহনত মাস্ক পিন্ধা টো বাধ্যতামূলক হ’ব। ৰাজহুৱা স্থানত থু পেলোৱাটো অবৈধ আৰু ইয়াৰ ফলত জৰিমনা আৰু শাস্তি হ’ব,” কৰ্তৃপক্ষই এক বিবৃতিত কয়।