২০ তম কুমাৰ সুৰেন্দ্ৰ সিং মেম’ৰিয়েল শ্বুটিং চেম্পিয়নশ্বিপত ২ টা স্বৰ্ণ লাভ মনুৰ

pc- daily excelsior

২০ তম কুমাৰ সুৰেন্দ্ৰ সিং মেম’ৰিয়েল শ্বুটিং চেম্পিয়নশ্বিপত ২ টা স্বৰ্ণ লাভ মনুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অলিম্পিয়ান মনু ভাকাৰে ভূপালত ২০ তম কুমাৰ সুৰেন্দ্ৰ সিং মেম’ৰিয়েল শ্বুটিং চেম্পিয়নশ্বিপত দুটা সোণৰ পদক লাভ কৰে। তেওঁ মহিলা আৰু কনিষ্ঠ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত পদক দুয়োটা লাভ কৰিছিল। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত সোণৰ পদকৰ খেলখনত ২০ বছৰীয়া যুৱতীগৰাকীয়ে অৰ্শদীপ কৌৰক ১৬-১৪ ব্যৱচ্ছেদ কৰে। জুনিয়ৰ মহিলা প্ৰতিযোগিতাত মনুৱে ফাইনেলত যুৱিকা তোমাৰক ১৬-১২ ব্যৱধানত পৰাস্ত কৰে।