২০২২ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত সুৰিয়াৰ ‘জয় ভীম’ প্ৰদৰ্শিত হ’ব

Pc NDTV.com

২০২২ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত সুৰিয়াৰ ‘জয় ভীম’ প্ৰদৰ্শিত হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  ১২ ৰ পৰা ৩০ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত সুৰিয়াৰ ‘জয় ভীম’ প্ৰদৰ্শিত হ’ব। তামিল, হিন্দী আৰু তেলেগু ভাষাত মুক্তি লাভ কৰা ছবিখন পৰিচালনা কৰিছিল টি জে জ্ঞানৱেলে। নাটেশ হেগড়েৰ দ্বাৰা পৰিচালিত কানাড়া চলচ্চিত্ৰ ‘পেদ্ৰো’ আৰু চাজাছ আৰু শিনোছ ৰহমানৰ মালায়ালম ভাষাৰ চলচ্চিত্ৰ ‘চাভিট্টু’ও মহোৎসৱত প্ৰদৰ্শিত হ’ব।