১৯ বছৰীয়া অংশু মালিক কুস্তি বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা

pc- ZOOM News

১৯ বছৰীয়া অংশু মালিক কুস্তি বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা

অনলাইন বাৰ্ত্তাসেৱা- কুস্তি বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ ইতিহাস সৃষ্টি কৰিছে অংশু মালিকে। ১৯ বছৰীয়া যুৱতীগৰাকীয়ে নৰৱেৰ অছলোত ২০১৬ চনৰ অলিম্পিক চেম্পিয়ন হেলেন লৌচি মাৰুলিৰ হাতত ৫৭ কিলোগ্ৰামৰ ফাইনেলত পৰাজিত হৈছিল। তেওঁ  বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম মহিলা ফাইনেলিষ্ট হৈছিল।