হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌটালাই ৪ বছৰৰ কাৰাবাস প্ৰদান

pc Mint

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌটালাই ৪ বছৰৰ কাৰাবাস প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ এখন বিশেষ চিবিআই আদালতে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’পি চৌটালাক অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত চাৰি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে চৌটালাৰ ওপৰত ৫০ লাখ টকা জৰিমনা আৰোপ কৰিছিল আৰু তেওঁৰ চাৰিটা সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। ৮৭ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যোৱা সপ্তাহত আদালতে দোষী সাব্যস্ত কৰিছিল।