সুহৃদ
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
হাতত হাত মিলাই
এই বাটেৰে আগুৱাই নিলা তুমিয়েই,
মনৰ মাজত থুপ খাই থকা বর্ণ হীন শব্দবোৰক
নীলা ৰঙ বোলাবলৈ শিকালা তুমিয়েই,
তুমি যে মোৰ অতিকৈ আপোন সুহৃদ ।
সুহৃদ
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
হাতত হাত মিলাই
এই বাটেৰে আগুৱাই নিলা তুমিয়েই,
মনৰ মাজত থুপ খাই থকা বর্ণ হীন শব্দবোৰক
নীলা ৰঙ বোলাবলৈ শিকালা তুমিয়েই,
তুমি যে মোৰ অতিকৈ আপোন সুহৃদ ।