ভাৰত-ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল

pc-inside Sport

ভাৰত-ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল

অনলাইন বাৰ্ত্তাসেৱা- মানচেষ্টাৰত আজিৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া পঞ্চম খন টেষ্ট বাতিল কৰা হৈছে। ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে (ইচিবি) কয়, “ভাৰতৰ শিবিৰৰ ভিতৰত কোভিডৰ ঘটনা আৰু বৃদ্ধি হোৱাৰ আশংকাৰ বাবে ভাৰতে এটা দল এটা তৈয়াৰ কৰিবলৈ অক্ষম হৈছে”। ইফালে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে বাতিল হোৱা টেষ্ট মেচখন পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দি কয় যে দুয়োখন বোৰ্ডে “এই টেষ্ট মেচখন পুনৰ নিৰ্ধাৰণ কৰিবলৈ দিশ বিচাৰি উলিওৱাৰ” কাম কৰিব। ইচিবিয়ে লগতে কয় “আমি অনুৰাগীসকললৈ আমাৰ আন্তৰিক ক্ষমা প্ৰাৰ্থনা প্ৰেৰণ কৰিছো”।

 

(RT)