সীমান্তৱৰ্তী ৰাজ্যসমূহৰ ডিজিপিসকলে জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত নজৰ ৰাখিব লাগে: অমিত শ্বাহ

Pc Hindustan Times

সীমান্তৱৰ্তী ৰাজ্যসমূহৰ ডিজিপিসকলে জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত নজৰ ৰাখিব লাগে: অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সকলো আৰক্ষী সঞ্চালক প্ৰধানে তেওঁলোকৰ নিজ নিজ অঞ্চলৰ জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত সতৰ্ক তাত থাকিব লাগে। তেওঁ লগতে কয় যে তেওঁলোকৰ ৰাজ্যসমূহত, বিশেষকৈ সীমান্তৱৰ্তী জিলাসমূহত সকলো কাৰিকৰী আৰু কৌশলগত তথ্য সংগ্ৰহ কৰাটো ডিজিপিসকলৰ দায়িত্ব। শ্বাহে ৰাষ্ট্ৰীয় সুৰক্ষা ৰণনীতি (এনএছএছ) সন্মিলন ২০২২ ত ভাষণ দি আছিল।