সমগ্ৰ বিটিআৰ বাসীলৈ শাৰদীয় দুৰ্গাপূজাৰ সুভেচ্ছা ইএম দাওবাইছা বড়োৰ

সমগ্ৰ বিটিআৰ বাসীলৈ শাৰদীয় দুৰ্গাপূজাৰ সুভেচ্ছা ইএম দাওবাইছা বড়োৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ অসম তথা বিটিআৰ বাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ সুভেচ্ছা জ্ঞাপন বিটিআৰ কাৰ্যবাহী সদস্য তথা ৩২ নং ভেৰগাঁ‌ও পৰিষদীয় সমষ্টিৰ পাৰিষদ দাওবাইছা বড়োৰ।  যোৱা বেলি ক’ৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ পূজা বা উৎসৱ পাৰ্ৱন আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনাৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰে পৰা ৰাজ্যত পুনৰ অব্যাহত আছে পূজা উৎসৱ আয়োজিত অনুষ্ঠান। যাৰ পৰিপেক্ষিতত এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ মাঙ্গলিক ৰিতি নিতিৰে উদযাপন কৰা দেখা গৈছে। সন্দৰ্ভত ইএম দাওবাইছা বড়োয়ে আজি দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ অসম বাসী তথস বিটিআৰ বাসীলৈ সুভেচ্ছা জ্ঞাপন কৰাৰ লগতে, বিশ্বত যাতে আৰু পুনৰ কৰোনা মহাৰীৰ দৰে তদ্ৰুৱ কনোধৰণৰ অপশক্তিয়ে সমাজক বিস্তৰ ক্ষতি সাধন নকৰে আৰু সমগ্ৰ বিটিআৰ বাসী যাতে মাঁ‌ দুৰ্গাৰ আৰ্শীবাদত ভালে কুশলে থাকে তাৰ বাবে অলেখ সুভকামনা কৰে ইএম দাওবাইছা বড়োয়ে।