বাৰ্ত্তাসেৱা- সপ্তম আইৱাইডি উপলক্ষে, অসম বিএনৰ কেডেটসকলে ঘৰত যোগ প্ৰদৰ্শন কৰিছিল। তেওঁলোকৰ লাভালাভৰ সৈতে বিভিন্ন যোগভঙ্গী দেখুওৱা ভিডিঅ’ প্ৰস্তুত কৰা হৈছিল আৰু কেডেটসকলৰ মাজত প্ৰচাৰ কৰা হৈছিল। এনচিচিৰ প্ৰশিক্ষক কৰ্মচাৰীসকলেও যোগ দিৱস পালন কৰিবলৈ যোগদান কৰিছিল।
সপ্তম যোগ দিৱস উপলক্ষে,অসম বিএনৰ কেডেটসকলে ঘৰত যোগ প্ৰদৰ্শন
