শ্ৰীনগৰ বিমানবন্দৰত সেনা জোৱানৰ বেগৰ পৰা হেণ্ড গ্ৰেনেড উদ্ধাৰ

PC -Firstpost

শ্ৰীনগৰ বিমানবন্দৰত সেনা জোৱানৰ বেগৰ পৰা  হেণ্ড গ্ৰেনেড উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা –  শ্ৰীনগৰ বিমানবন্দৰত স্ক্ৰীণিঙৰ সময়ত এজন সেনা জোৱানৰ সামগ্ৰীৰ পৰা এটা সজীৱ হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে। বিষয়াসকলে লগতে কয়  যে ,তামিলনাডুৰ বাসিন্দা জোৱানজনক আটক কৰা হৈছে । জোৱানজনে ইণ্ডিগো বিমানেৰে দিল্লী হৈ চেন্নাইলৈ যাত্ৰা কৰাৰ কথা আছিল।