শ্ৰীনগৰত ৩ জন সন্ত্ৰাসবাদী আটক

Pc the kashmir bulletin

শ্ৰীনগৰত ৩ জন সন্ত্ৰাসবাদী আটক

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীনগৰ আৰক্ষীয়ে তিনিজন হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা ১০ কিলোগ্ৰাম ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) আৰু দুটা হেণ্ড গ্ৰেনেড জব্দ কৰে। শ্ৰীনগৰ আৰক্ষীয়ে টুইট কৰি কয়, “বোমা নিষ্কাশন কাৰী দলৰ দ্বাৰা ৰংৰেথ অঞ্চলৰ চিটুত আইইডি ধ্বংস কৰা হৈছে।” বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, অস্ত্ৰ আইন, আৰু বিস্ফোৰক আইনৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।