শিৱসেনাই এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মুৰ্মুক সমৰ্থন কৰিব: উদ্ধৱ ঠাকৰে

Pc Indiatoday

শিৱসেনাই এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মুৰ্মুক সমৰ্থন কৰিব: উদ্ধৱ ঠাকৰে

ৰঙিলী বাৰ্ত্তাসেৱা– শিৱসেনাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দ্ৰৌপাদি মুৰ্মুক সমৰ্থন কৰিব, দলটোৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে ঘোষণা কৰে। সেনাৰ সাংসদ আৰু মুখপাত্ৰ সঞ্জয় ৰাউতে কৈছিল, “দ্ৰৌপাদি মুৰ্মুক সমৰ্থন কৰাৰ অৰ্থ বিজেপিক সমৰ্থন কৰা নহয়।” তেওঁ কৈছিল যে সেনাই বিৰোধীদলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ সৈতে “ভাল সম্পৰ্ক” আছে।