শান্তিৰ প্ৰতি ভাবুকিৰ মাজত বন্ধুসকলে একেলগে থকাটো গুৰুত্বপূৰ্ণ: ভাৰত ভ্ৰমণৰ আগতে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী

শান্তিৰ প্ৰতি ভাবুকিৰ মাজত বন্ধুসকলে একেলগে থকাটো গুৰুত্বপূৰ্ণ: ভাৰত ভ্ৰমণৰ আগতে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ২১ এপ্ৰিলত ভাৰত ভ্ৰমণৰ পূৰ্বে ইউকেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে টুইট কৰে, “যিহেতু আমি স্বৈৰাচাৰী ৰাজ্যসমূহৰ পৰা আমাৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছো, গণতন্ত্ৰ আৰু বন্ধুবৰ্গ একেলগে থকাটো অতি গুৰুত্বপূৰ্ণ।” এই ভ্ৰমণৰ উদ্দেশ্য হৈছে “আমাৰ দেশসমূহৰ মাজত দীৰ্ঘম্যাদী অংশীদাৰীত্ব” গভীৰ কৰা, জনছনে কয়, “ভাৰত ইউকেৰ বাবে এক অতি মূল্যৱান কৌশলগত অংশীদাৰ।”