শপতনামা
মই চহিদুল হক (Sahidul Hoque) পিতৃ- আনোৱাৰ হুছেইন (Anowar Hussain), মাতৃ- চালেহা বেগম ( Saleha Begum) গাঁও + ডাক- সানোৱা , থানা- ছিপাঝাৰ ,জিলা -দৰং (অসম) ,পিন-৭৮৪১৪৫ য়ে শপতনামা যোগে ঘোষণা কৰোঁ যে মোৰ শিক্ষাগত অৰ্হতাৰ নথিৰ লগতে আন কিছু নথিত মোৰ নাম Md. Sahidul Hoque আৰু Sahidul Hoque হৈ আছে। কিন্তু মই মোৰ প্ৰয়োজনত Sahidul Hoque নামটিহে ব্যবহাৰ কৰি আহিছো আৰু পৰৱৰ্তী সকলো ক্ষেত্ৰতে মই Sahidul Hoque নামটিহে ব্যবহাৰ কৰি যাম।
Sahidul Hoque
S/O Anowar Hussain
Saleha Begum
গাঁও + ডাক- সানোৱা
থানা-ছিপাঝাৰ
জিলা-দৰং (অসম)