লক্ষ্মীপূজাত চিত্ৰাংকন- কুইজ প্ৰতিযোগিতা

Pc Kids Care School

লক্ষ্মীপূজাত চিত্ৰাংকন- কুইজ প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ গণেশপাৰাস্থিত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ৯ অক্টোবৰত মন্দিৰ প্ৰাংগণত লক্ষ্মীপূজা পালন কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷পূজাৰ লগত সংগতি ৰাখি পুৱা ৮ বজাৰ পৰা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক নগদ ধন,কিতাপৰ টোপোলা,প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ইচ্ছ্যুক প্ৰতিযোগীয়ে ৯৪৩৫৩০১৪৮২, ৭০৩৫১৫৫৮৯১ নম্বৰত যোগাযোগ কৰিবলৈ জ্যোতিষ চন্দ্ৰ লহকৰে অনুৰোধ জনাইছে৷