মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী আৰু গাৱৰক্ষী বাহিনীৰ মৈৰাবাৰী ৰাজ বজাৰত এক বিশাল সমদল 

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী আৰু গাৱৰক্ষী বাহিনীৰ মৈৰাবাৰী ৰাজ বজাৰত এক বিশাল সমদল 

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত ভূমিৰ পৰা ব্ৰিটিছক ওফৰাই স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাৰৰ স্বাধীনতা দিৱসক আজাদী কা অমূত মহোৎসৱ নাম দি দেশৰ প্ৰ্তিটো অনুষ্ঠান প্ৰতিষ্ঠান কে ধৰি প্ৰতিটো পৰিয়ালক ১৩আগষ্টৰ পৰা ১৫আগষ্টলৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী আৰু গাৱৰক্ষী বাহিনীয়ে আজি মৈৰাবাৰী ৰাজ বজাৰত এক বিশাল সমদল বাহিৰ কৰে।হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচী সাফল্য মন্ডিত কৰিবলৈ মৈৰাবাৰী আৰক্ষীয়ে ওলোৱা এই বিশাল শুভযাত্ৰাই ৰাইজৰ মাজত সজাগতা বৃদ্ধি পাইছে।