মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ লাখ টকা অসম ক্রিকেট সন্থাৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ লাখ টকা অসম ক্রিকেট সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ক্রিকেট সন্থাই মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১১ লাখ টকা প্রদান কৰিছে । অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, কোষাধ্যক্ষ ত্ৰিদিব কোঁৱৰ আৰু সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্রীতম মহন্তৰ দ্বাৰা গঠিত এক সজাতি দলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰত সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পীড়িত লোকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ উক্ত পৰিমাণৰ ধনৰ চেক প্ৰদান কৰে ।