মা – ৰাজলক্ষ্মী বৰঠাকুৰ

PC-Pexela

মা

মা শব্দৰ বিশালতা
অনুভৱ হে কৰিব পাৰি ,
শব্দ বা ভাষাৰে বুজাব নোৱাৰি ,
চিৰ -চেনেহী মা,
সুখ- দুখৰ লগৰী ।
মা যেন এজোপা বৰগছ !
যাৰ ছাঁত
জিৰণি লৈ সকলো
দুখ -ভাগৰ আঁতৰি যায়।
সকলো মাতৃ লৈকে মাতৃ দিৱসৰ শুভেচ্ছা থাকিল

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট