মহামাৰীৰ সময়তো ভাৰতত অত্যাধিক দৰিদ্ৰতা ১% তকৈ কম

pc india today

মহামাৰীৰ সময়তো ভাৰতত অত্যাধিক দৰিদ্ৰতা ১% তকৈ কম

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ দ্বাৰা প্ৰকাশিত এক নতুন প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত চৰম দৰিদ্ৰতা ২০১৯ চনত ০.৮% ৰ তলত নথিভুক্ত কৰা হৈছিল আৰু মহামাৰী বৰ্ষ ২০২০ৰ সময়তো ১% তকৈ কম আছিল। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএ) অধীনত বিনামূলীয়া খাদ্যশস্য বিতৰণে অত্যাধিক দৰিদ্ৰতাৰ স্তৰ বৃদ্ধি প্ৰতিহত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, প্ৰতিবেদনখনে লগতে কয়।