মই সুযোগ পাবলৈ যোৱা পাঁচ বছৰ ধৰি অপেক্ষা কৰি আছোঁ: ৰিংকু সিং

pc cricketnmore

মই সুযোগ পাবলৈ যোৱা পাঁচ বছৰ ধৰি অপেক্ষা কৰি আছোঁ: ৰিংকু সিং

ৰঙিলী বাৰ্ত্তাসেৱা- আৰ আৰৰ বিৰুদ্ধে অপৰাজিত ৪২ ৰাণৰ ইনিংছৰ বাবে মেন অৱ দ্য মেচ হিচাপে বিবেচিত হোৱা কে কে আৰৰ ৰিংকু সিঙে কয় যে তেওঁ আই পি এলত নিয়মীয়া সুযোগ পাবলৈ যোৱা পাঁচ বছৰ ধৰি অপেক্ষা কৰি আছে। তেওঁ লগতে কয়, “আলিগড়ৰ পৰা আই পি এলত খেলা মই প্ৰথম । ৰিংকুৱে ২০১৮ চনত আই পি এলত আত্মপ্ৰকাশ কৰিছিল কিন্তু এতিয়ালৈকে মাত্ৰ ১৩ খন খেল খেলিছে।