ভূমি কেলেংকাৰীৰ গোচৰত সঞ্জয় ৰাউতৰ জিম্মা ৫ ছেপ্টেম্বৰলৈ বৃদ্ধি 

Pc Hindustan times

ভূমি কেলেংকাৰীৰ গোচৰত সঞ্জয় ৰাউতৰ জিম্মা ৫ ছেপ্টেম্বৰলৈ বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা- এক বিশেষ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ) আদালতে পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ ন্যায়িক জিম্মা ৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে এই সময়ত ৰাউতক মুকলি এই সময়ত ৰাউতক মুকলি কৰি দিলে তদন্তত বাধাৰ সৃষ্টি হ’ব যিহেতু তেওঁৰ যথেষ্ট প্ৰভাৱ আছে আৰু তেওঁ প্ৰমাণৰ সৈতে খেলিমেলি কৰিব পাৰে।