ভাৰত সকলো গণতন্ত্ৰৰ মাতৃ: বিহাৰত প্ৰধানমন্ত্ৰী মোদী

Pc Tribune India

ভাৰত সকলো গণতন্ত্ৰৰ মাতৃ: বিহাৰত প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-   বিহাৰত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত কেৱল সৰ্ববৃহৎ গণতন্ত্ৰ নহয়, ই “সকলো গণতন্ত্ৰৰ মাতৃ”। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰখন “এক পৰিপক্ক গণতন্ত্ৰ হোৱাৰ পথত” আছে যিটো “সংসদ আৰু ৰাজ্যিক বিধানসভাৰ ভিতৰত আইন প্ৰণেতাসকলৰ উন্নত উপস্থিতি” আৰু “অপ্ৰচলিত আইন বৰ্জন” ৰ পৰা স্পষ্ট।