ভাৰতে ১০০ খন দেশক কোভিড-১৯ ভেকছিন যোগান ধৰিছিল: জাপানত প্ৰধানমন্ত্ৰী মোদী

pc Business Standard

ভাৰতে ১০০ খন দেশক কোভিড-১৯ ভেকছিন যোগান ধৰিছিল: জাপানত প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে জাপানৰ টকিঅ’ত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰি কয় যে ভাৰতে যোৱা ১০০ বছৰৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়ত ১০০ খন দেশলৈ কৰোনাভাইৰাছৰ ভেকছিন যোগান ধৰিছে। তেওঁ লগতে কয়, “ভাৰতে নিৰন্তৰ মানৱজাতিৰ সেৱা কৰি আহিছে। “প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওঁক, ভাৰতে ইয়াৰ সমাধান বিচাৰি উলিয়াব,” তেওঁ লগতে কয়।