ভাৰতে যোৱা ২৪  ঘণ্টাত ১২হেজাৰ লোক নতুনকৈ আক্ৰান্ত 

PC- FCW

ভাৰতে যোৱা ২৪  ঘণ্টাত ১২হেজাৰ লোক নতুনকৈ আক্ৰান্ত 

ৰহিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,৫১৪ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত ২৫১ জন লোকৰ নতুনলৈ মৃত্যু হৈছে। ১২,৭১৮ জন লোক নতুনকৈ কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। ভাৰতত মুঠ ৩,৪২,৮৫,৮১৪ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত মুঠ ৪,৫৮,৪৩৭ জন লোকৰ কৰʼনাৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৫৮,৮১৭ টা সক্ৰিয় ঘটনা আছে।