ভাৰতত ৮৬২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc news medical

ভাৰতত ৮৬২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৮৬২ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩ জন লোকৰ মৃত্যু হৈছে ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা৫,২৮,৯৮০ জনলৈ বৃদ্ধি হৈছে।ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯জনলৈ হ্ৰাস পাইছে।