ভাৰতত ৭হেজাৰ টা নতুন কোভিড-১৯ ঘটনা

Pc CDC

ভাৰতত ৭হেজাৰ টা নতুন কোভিড-১৯ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৭,৫৭৯ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত যোৱা ২৪ ঘণ্টাত ২৩৬ জন লোকৰ মৃত্যু হৈছে।যাৰ ফলত মৃত্যুৰ সংখ্যা ৪,৬৬,১৪৭ জনলৈ বৃদ্ধি পাইছে। ভাৰতত বৰ্তমান ১,১৩,৫৮৪ টা সক্ৰিয় ঘটনা আছে।