ভাৰতত ২,৪৫১  জন লোক কৰ’ণাত আক্ৰান্ত  হৈছে 

PC-NIH

ভাৰতত ২,৪৫১  জন লোক কৰ’ণাত আক্ৰান্ত  হৈছে 

ৰঙিলী বাৰ্ত্তাসেৱা –স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত  যোৱা ২৪ ঘণ্টাত ২,৪৫১ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে ।আৰু যোৱা ২৪ ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ ৫৬ জন লোকৰ মৃত্যু হৈছে । ভাৰতত বৰ্তমান  ১৪,২৪১ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’ণাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২২,১১৬ লৈ বৃদ্ধি হৈছে।