ভাৰতত ২,১৮৩ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত

PC-WHO

ভাৰতত ২,১৮৩ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,১৮৩ জন লোক কৰ’নাত আক্রান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ২১৪ জন লোকৰ নতুনকৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১৫১ জনলোক কেৰালাৰ।