ভাৰতত ১৮ হেজাৰ লোক নতুনকৈ কৰʼনা সংক্ৰমিত 

Pc- Narayana health

ভাৰতত ১৮ হেজাৰ লোক নতুনকৈ কৰʼনা সংক্ৰমিত 

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,৮৩৩জন লোক কৰংনাত সংক্ৰমিত হৈছে। নতুনকৈ দেশখনত ২৭৮ জন লোকৰ কৰʼনাৰ ফলত মৃত্যু হৈছে। দেশত বৰ্তমান ২,৪৬,৬৮৭ টা সক্ৰিয় ঘটনা আছে। দেশত কৰʼনা সংক্ৰমণৰ মুঠ ঘটনাৰ সংখ্যা হৈছে ৩,৩৮,৭১,৮৮১ টা। আৰু মৃত্যুৰ  সংখ্যা ৪,৪৯,৫৩৮ লৈ বৃদ্ধি পায়।