ভাৰতত ১৮১.৫৬ কোটি কোভিড-১৯ ভেকছিনপালি প্ৰাপ্তবয়স্কলোকক প্ৰদান

pc Ani News

ভাৰতত ১৮১.৫৬ কোটি কোভিড-১৯ ভেকছিনপালি প্ৰাপ্তবয়স্কলোকক প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে দেশত প্ৰদান কৰা কোভিড-১৯ ভেকছিনপালিৰ মুঠ সংখ্যা ১৮১.৫৬ কোটি অতিক্ৰম কৰিছে। ইফালে, এতিয়ালৈকে ৩৪ লাখতকৈও অধিক শিশুক কোভিড-১৯ৰ বিৰুদ্ধে ভেকছিন প্ৰদান কৰা হৈছে, মন্ত্ৰালয়ে কয়। ভাৰতৰ দৈনিক ইতিবাচকতাৰ হাৰ হৈছে ০.২৮%।