ভাৰতত ১১ হেজাৰ লোক পুনৰ কৰ’নাত সংক্ৰমিত

pc- Live science

ভাৰতত ১১ হেজাৰ লোক পুনৰ কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তােসৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত  ১১,৮৫০ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ৫৫৫জন লোকৰ নতুনকৈ কৰৌনা সংক্ৰমণৰ ফলত মৃত্যু  হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মুঠ ৪,৬৩,২৪৫ জন লৈ বৃদ্ধি হৈছে। ভাৰতত  বৰ্তমানলৈ মুঠ ৩,৪৪,২৬,০৩৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ভাৰতত বৰ্তমান ১,৩৬,৩০৮ টা সক্ৰিয় ঘটনা আছে।