আজিৰ ৰাশিফল

Pc- india tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ২৭ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৪ নৱেম্বৰ |
শুক্লা পক্ষ, দশমী তিথি, পুৱা ৫/৪৮/৩১ মি. পৰা একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৫/২৯ মি.
সূৰ্য্যোস্থয় = ৪/৩০/৯ মি.

জন্মতঃ= কুম্ভ ৰাশি ( গ, শ, স), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি, পুৱা ১০/১২/৪২মি. বিপ্ৰ বৰ্ন, অগ্নি যোগ, ||

আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মংগল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণত কষ্ট ভোগ কৰিব |
বৃষ = ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব |
মিথুন = আয় বৃদ্ধি হোৱা দেখা যায় |
কৰ্কট = আৰ্থিক সমস্যা বৃদ্ধি হব |
সিংহ = সিদ্ধান্তত খেলিমেলি লাগিব পাৰে |
কন্যা = উত্তম খাদ্য ভোগ কৰিব পাৰিব |
তুলা = মনত চঞ্চলতা বৃদ্ধি হব পাৰে |
বৃশ্চিক = ধনৰ আগমন বৃদ্ধি হোৱা দেখা যায় |
ধনু = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = সু – কাৰ্য্যদক্ষতা দেখা যায় |
কুম্ভ = দূৰ যাত্রাত বিঘিনি ঘটাব পাৰে |
মীন = জটিল সমস্যাৰ সমাধান ঘটিব |