ভাৰতত ১,১০৯ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc UNEP

ভাৰতত ১,১০৯ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা–  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,১০৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ ঘণ্টাত ৪৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত সক্ৰিয় ঘটনা ১১,৪৯২ টা আছে।আনহাতে মৃত্যুৰ সংখ্যা ৫,২১, ৫৭৩ জনলৈ বৃদ্ধি হৈছে। মন্ত্ৰালয়ে কয় যে যোৱা ২৪ ঘণ্টাত দেশখনত ১,২১৩ জনলোক কৰ’নাত সংক্ৰমণৰ পৰা সুস্থ হৈছে।