ভাৰতত ১০হেজাৰ লোক কৰʼনাত নতুনকৈ সংক্ৰমিত

pc paho

ভাৰতত ১০হেজাৰ লোক কৰʼনাত নতুনকৈ সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত ১০,১৯৭ জন লোক কৰʼনাত নতুনকৈ সংক্ৰমিত হৈছে। ৩০১ জন লোকৰ নতুনকৈকৰʼনাত সংক্ৰমিত হৈ মৃত্যু হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,২৮,৫৫৫টা আছে। যি ৫২৭ দিনৰ ভিতৰত সৰ্বনিম্ন। আনহাতে ভাৰতত দৈনিক পজিটিভ হাৰ ১%(০.৮২%)ৰ তলত আছিল। দেশত কোভিড-১৯ ৰ মৃত্যুৰ সংখ্যা ৪,৬৪,১৫৩ জনলৈ বৃদ্ধি পাইছে।