ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৬৮৫ জন লোক কৰ’নাত আক্ৰান্ত

pc The economic Times

ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৬৮৫ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,৬৮৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ৮৩ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যা ফলত ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,৭৫৫ লৈ বৃদ্ধি পাইছে।ভাৰতত বৰ্তমান ২১,৫৩০ টা সক্ৰিয় কোভিড-১৯ৰ ঘটনা আছে।ভাৰতৰ মুঠ কোভিড-১৯ টিকাকৰণ সংখ্যা হৈছে ১,৮২,৫৫,৭৫,১২৬।