ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৫৬ জন লোকৰ মৃত্যু

pc- Johnson & Johnson

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৫৬ জন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১২,৪২৮ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। নতুনকৈ ভাৰতত ৩৫৬ জনলোকৰ কৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,৬৩,৮১৬টা আছে।  নতুনকৈ কৰ’নাত সংক্ৰমিত হোৱা লোকৰ  ভিতৰত ৬,৬৬৪ জন লোক কেৰালাৰ। কেৰালাত নতুনকৈ ৫৩ জন লোকৰ মৃত্যু হৈছে।