ভাৰতত নতুনকৈ ৭৯৫ জনলোক কৰ’নাত আক্ৰান্ত

pc- CDC

ভাৰতত নতুনকৈ ৭৯৫ জনলোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৭৯৫জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ৫৮ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫৬ জন কেৰালাৰ লোক।