ভাৰতত কৰʼনা সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধি

NDTV

ভাৰতত কৰʼনা সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত নতুনকৈ ৩৮,১৩০ জন লোক নতুনকৈ কৰʼনাত আক্ৰান্ত হৈছে। ভাৰতত বৰ্তমান ৩,৮৪ লাখ লোক চিকিৎসাধীন হৈ আছে। ভাৰতত বৰ্তমানলৈ ৩,৩০,৯৬,৭১৮ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। দেশত কৰʼনা সংক্ৰমণৰ ফলত নতুনকৈ ৩৬৮ জন লোকৰ মৃত্যু হয়। ভাৰতত মুঠ ৪,৪১,৪১১ জন লোকৰ মৃত্যু হৈছে ।

(RT)