ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত  ৫২৬ জন লোকৰ মৃত্যু

pc- Live science

ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত  ৫২৬ জন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ১০,৮৫৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। নতুনকৈ ৫২৬ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। নতুনকৈ কেৰালাৰ ৬,৫৪৬ জন  কৰʼনাত সংক্ৰমিত হৈছে। আৰু ৪৬৭ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৪৪,৮৪৫ টা সক্ৰিয় ঘটনা আছে।