ভালপোৱা
পিঠিয়াপিঠিকৈ বহি আছে দুয়ো…
এজনে নজনাকৈ আনজনে
একেই কবিতা পঢ়িছে,
একে কথাই আঁওৰাই আছে,
একেই ভাবনাৰে উমলিছে…
মুখামুখি হোৱাৰ ভয়
কিজানি ধৰা পৰি যায়
দুয়োৰে যে একেই অসুখ…
শিখা গোস্বামী মহন্ত
ভালপোৱা
পিঠিয়াপিঠিকৈ বহি আছে দুয়ো…
এজনে নজনাকৈ আনজনে
একেই কবিতা পঢ়িছে,
একে কথাই আঁওৰাই আছে,
একেই ভাবনাৰে উমলিছে…
মুখামুখি হোৱাৰ ভয়
কিজানি ধৰা পৰি যায়
দুয়োৰে যে একেই অসুখ…
শিখা গোস্বামী মহন্ত