বৰষুণ
প্ৰসেনজিৎ গোস্বামী
জুৰি নদীত বিলীন
নদী সাগৰত
আৰু মই
মই তোমাত বিলীন
তোমাৰ হৃদয়ৰ পৰা
ভাপ হৈ উৰি গলেও
এদিন সৰিম
চকু পানীৰে বৰষুণ হৈ
বৰষুণ
প্ৰসেনজিৎ গোস্বামী
জুৰি নদীত বিলীন
নদী সাগৰত
আৰু মই
মই তোমাত বিলীন
তোমাৰ হৃদয়ৰ পৰা
ভাপ হৈ উৰি গলেও
এদিন সৰিম
চকু পানীৰে বৰষুণ হৈ