বুচান ফিল্ম ফেষ্টত অপৰ্ণা সেনৰ ‘দ্য ৰেপিষ্ট’য়ে কিম জিচিঅক বঁটা লাভ 

pc- Zee News

বুচান ফিল্ম ফেষ্টত অপৰ্ণা সেনৰ ‘দ্য ৰেপিষ্ট’য়ে কিম জিচিঅক বঁটা লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ ছবি ‘দ্য ৰেপিষ্ট’য়ে ২৬ সংখ্যক বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কিম জিচিওক বঁটা লাভ কৰিছে। অৰ্জুন ৰামপাল আৰু কঙ্কনা সেনশৰ্মা অভিনীত ছবিখনৰ শেহতীয়াকৈ ‘এ উইণ্ডো অন এছিয়ান চিনেমা’  মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ হৈছিল। এক বিবৃতিত অপৰ্ণাই কয়, “মই গভীৰভাৱে বিনম্ৰ, কৃতজ্ঞ আৰু অভিভূত অনুভৱ কৰিছো।”