বিহপুৰীয়া লোক নিৰ্মাণ বিভাগৰ অতিথি শালাত বৈঠক অনুষ্ঠিত

বিহপুৰীয়া লোক নিৰ্মাণ বিভাগৰ অতিথি শালাত বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহপুৰীয়া লোক নিৰ্মাণ বিভাগৰ অতিথি শালাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱ উপস্থিত থাকে। লোক নিৰ্মাণ বিভাগৰ বিহপুৰীয়া উপ সংমণ্ডলৰ সহকাৰী কাৰ্য বাহী অভিযন্তা সমন্ধীতে আন আন বিষয় সকলৰ সৈতে সমষ্টিৰ বাট পথৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰে। উক্ত বৈঠকত বহুতো গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়।