. আজি বহাগ মাহৰ ২৬ তাৰিখ সোমবাৰ, ইংৰাজী ১০ মে | কৃষ্ণা পক্ষ, চতুৰ্দশী তিথি ||
সূৰ্য্যোদয় = ৪/৪৯/৪০মি.
সূৰ্য্যোস্থয় = ৫/৪৯/৮
জন্মত_ মেষ ৰাশি, দেবগন, ক্ষত্রিয় বৰ্ন ||
*আজিৰ ৰাশিফলঃ* =
মেষ=নতুন গৃহ নিৰ্মাণৰ বাবে মনলৈ চিন্তা_চৰ্চা আহিব
বৃষ =সন্তানৰ কোনো ভাল কামৰ বাবে মনত আনন্দ লাভ কৰিব ||
মিথুন =বিদ্যাৰ্থীৰ বাবে শুভ নহয়, মনত কষ্ট পাব ||
কৰ্কট =কৰ্মক্ষেত্ৰত অপ্ৰীতিকৰ ঘটনা সংঘটিত হব পাৰে, সাবধান হব ||
সিংহ =নিজৰ বুদ্ধিমত্তাৰ পৰিচ দিয়ক, নহলে মনত কষ্ট পাব ||
কন্যা =সকলো ফালৰ পৰা উন্নতিৰ যোগ আছে, এলাহ নকৰিব ||
তুলা = যাত্রাত শুভ তথা যান_বাহন ক্ৰয়ৰ চিন্তা কৰিব পাৰে ||
বৃশ্চিক = সাবধান হব, নহলে অনৰ্থক ব্যয় হব পাৰে |
ধনু = প্ৰিয়জনৰ আগমনে মনত আনন্দ দিব ||
মকৰ=বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হব ||
কুম্ভ =নতুন আঁচনিয়ে মনত আনন্দ দিব ||
মীন =অতিথিৰ আগমনত ব্যস্ততা বাঢ়িব ||