বিধায়ক জিগনেশ মেৱানীকে ধৰি ৯জনলোকক ২০১৭ চনৰ ‘আজাদী’ পদ যাত্ৰা অনুষ্ঠিত কৰাৰ বাবে কাৰদণ্ড প্ৰদান গুজৰাটৰ এখন আদালৰ 

pc NDTV.com

বিধায়ক জিগনেশ মেৱানীকে ধৰি ৯জনলোকক ২০১৭ চনৰ ‘আজাদী’ পদ যাত্ৰা অনুষ্ঠিত কৰাৰ বাবে কাৰদণ্ড প্ৰদান গুজৰাটৰ এখন আদালৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাটৰ এখন আদালতে ভাদগামৰ বিধায়ক জিগনেশ মেৱানী আৰু এনচিপিৰ ৰেশ্মা পেটেলকে ধৰি আন ৯জনক ২০১৭ চনত অনুমতি অবিহনে ‘আজাদী’ পদযাত্ৰা অনুষ্ঠিত কৰাৰ গোচৰত তিনি মাহৰ কাৰাদণ্ড প্ৰদান কৰে। আদালতে তেওঁলোকক আইপিচি ধাৰা ১৪৩ ৰ অধীনত বেআইনী সমাবেশৰ অংশ হোৱাৰ বাবে দোষী সাব্যস্ত কৰিছিল। বনসকান্থা জিলাৰ মহেছানাৰ পৰা ধনেৰালৈ পদযাত্ৰাটো উলিয়াই অনা হৈছিল।