বটদ্ৰৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলাম নিহত

pc News18

বটদ্ৰৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলাম নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  বটদ্ৰৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আশ্বিকুল ইছলাম নিহত। ধৃত আশ্বিকুলৰ বাসগূদত আৰক্ষীয়ে চলাইছিল অভিযান। আশ্বিকুলক লগত লৈ সোণাইবেৰাৰ ঘৰত চলাইছিল অভিযান। ঘৰত অভিযান চলাই উভতি অহাৰ পথতেই পলায়নৰ চেষ্টা কৰিছিল আশ্বিকুলে। পিছে পিছে অহা আন এখন বাহনৰ খুন্দাত নিহত হৈ আশ্বিকুল। আশ্বিকপলৰ বাসগৃহৰ পৰা জব্দ বহু মাৰণাস্ত্ৰ।আশ্বিকুলৰ ঘৰৰ পৰা জব্দ এটা .22 আৰু এটা 7.65 পিষ্টলৰ লগতে কেইবাজাই সজীৱ গুলী।