ফাট – দিপ্তী মনি গোস্বামী June 14, 2023 Rongili Barta অণুগল্প ফাট দিপ্তী মনি গোস্বামী, লখিমপুৰ হঠাতে অহা ভূমিকম্পৰ জোকাৰনিত চোতালত এটা মস্ত ফাট মেলিলে!ঠিক তেনেদৰে এটা মস্ত ফাট মেলিলে অন্তৰংগ দুজনী বান্ধৱীৰ মাজত… কেৰোণটোত নিয়তিৰ লগতে এজন বিশ্বাসঘাটক যুৱক।