পৰৱৰ্তী ১.৫ বছৰত চৰকাৰে মিছন মোডত ১০ লাখ লোকৰ নিযুক্তি কৰিব: প্ৰধানমন্ত্ৰী

পৰৱৰ্তী ১.৫ বছৰত চৰকাৰে মিছন মোডত ১০ লাখ লোকৰ নিযুক্তি কৰিব: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ত মানৱ সম্পদৰ অৱস্থা পৰ্যালোচনা কৰি অহা ১.৫ বছৰত চৰকাৰে ১০ লাখ লোকক মিছন মোডত নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে।” টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কয় যে, “এইটো এটা ডাঙৰ খবৰ,” আৰু “উৎকৃষ্ট সিদ্ধান্ত।”