প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে কথা পাতিছেঃ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় 

Pc Hindustan Times

প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে কথা পাতিছেঃ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় 

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনত কথা পাতিছিল, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়। “ইউক্ৰেইনত চলি থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে,” পিএমঅ’য়ে কয়। দুয়োগৰাকী নেতাই কৃষিজাত সামগ্ৰী, সাৰ আৰু ফাৰ্মা সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত ধাৰণা বিনিময় কৰে।